Emoji: A Short Story - Assamese


যেতিয়া প্ৰথম Short Message Service (SMS)ৰ আৰম্ভণি হয়, তেতিয়া ধাৰণা হৈছিল যে বহু ভাৱনা ভাষাৰ সহায়ত প্ৰকাশ কৰিব নোৱাৰি। কিছুমান ভাৱনা প্ৰকাশৰ বাবে বিশেষ ভঙ্গীমাৰ প্ৰয়োজন। সেইবাবে মানুহে সাংকেতিক চিহ্নৰৰে ভঙ্গীমা তৈয়াৰ কৰিছিল। যেনেকৈ ":-)" ৰে সুখ, ":-(" ৰে দুখ। ইয়াত পঠালিকৈ ":" ৰে চকু দুটা "-" ৰে নাকটো আৰু ")" বা "(" ৰে মুখ খন বুজোৱা হয়। কিন্তু পিছলৈ অনুভৱ হয় যে ভঙ্গীমা এটা বুজাবলৈ নাকটোৰ প্ৰয়োজন নহয়, সেয়েহে "-" চিহ্নটো পিছলৈ গুচাই দিয়া হয়। এনেকৈয়ে ইমজি(Emoji)ৰ সৃষ্টি হৈছিল।
আজিকালিৰ Emojiবোৰ এই চিহ্নবোৰোৰেই ডিজিটেল(Digital) ৰূপ।

Comments

Popular posts from this blog

Universe: From Beginning to End - An Assamese Article

Alien - An Assamese Article

Inferiority Complex - An Assamese Article